পঞ্চৰত্ন
pañcaratna
অৰ্থ
1.
পাঁচোটা বহুমূলীয়া বস্ত্ত [হীৰা, সোণ, ৰূপ, পোবাল আৰু পদ্মৰাগ; অথবা, সোণ, ৰূপ, মুকুতা, ফটিক, তাম]
a collection of five precious gems or objects
বি.
2.
মহাভাৰতৰ পাঁচোটা সাৰুবা কথা বা ঘটনা
the five admirable episodes of the Mahābhārata
বি.
3.
যোগী-ঘোপাৰ ওচৰত থকা এটা পৰ্ব্বতৰ নাম
the name of a hill near Jogighopā (Goalpara)
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ