পঞ্চম
pañcama
অৰ্থ
1.
পাঁচৰ সংখ্যা পূৰ কৰা
বিণ.
2.
-সংখ্যক
fifth
বিণ.
3.
সঙ্গীতৰ সাতোটা স্বৰৰ পঞ্চম বা অতি উচ্চটো
the fifth or loudest note of the Indian gamut
বিণ.
4.
দক্ষিণ ভাৰতৰ এটা জাতি
a caste in the South India
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ