← ফুৰি যাওক

পঞ্চবৰ্গ

pañcabarga

অৰ্থ

1.

ব্যঞ্জনমালাৰ ক-বৰ্গ, চ-বৰ্গ, ট-বৰ্গ, ত-বৰ্গ আৰু প- বৰ্গ

the five classes of Indian consonants, guttural, palatal, cerebral, dental and labial

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ