পচাৰ
pacāra
অৰ্থ
1.
চকুৰ পিৰঠি পেলোবা কাৰ্য্য; চকু অলপকৈ মেলি আকৌ জপোবা কাৰ্য্য
the winking of the eye
বি.
2.
অলপকৈ মেলি আকৌ মুদ্
to open and close rapidly, as the eye
সক. ধা.
3.
চকুৰ পিৰঠি পেলাই আকৌ তোলোঁতে লগা সময়; নিমিষ
the duration of a wink; an instant
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ