← ফুৰি যাওক

পচা

pacā

অৰ্থ

1.

গেলা; জহ দিয়া; ৰ'দ-বৰষুণত, পেলাই জীৰ্ণ বা কোমল কৰ্

to cause to rot or decay

সক. ধা.

2.

জোবা; গাজ ওলাবলৈ মাটিত পুতি থ; অলপ ডাঙৰ-দীঘল হ'বলৈ গছৰ পুলি এঠাইৰপৰা আনি আন ঠাইত ৰো

to sow as seeds; to transplant seedlings to a fresh nursery

সক. ধা.

3.

তাহোন।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ