← ফুৰি যাওক

পখাল ফুৰ্

অৰ্থ

1.

শৌচাচাৰ কৰিবলৈ যা; মুকলি ফুৰিবলৈ যা।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পখাল ফুৰ্ · অসমীয়া অভিধান