← ফুৰি যাওক

পখৰা

pakharā

অৰ্থ

1.

দুটা বা ততোধিক বৰণ থকা; নানা-বৰণীয়া

variegated

বিণ.

2.

বগা বেমাবে বা শ্বেত-কুষ্ঠ ৰোগ ধৰা

leprous

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ