← ফুৰি যাওক

পক্ব

pakba

অৰ্থ

1.

সিজোবা বা ৰন্ধা

cooked

বিণ.

2.

পকা; পূৰ্ণ অবস্হা পোবা

ripe; mature

বিণ.

3.

বগা পৰা (চুলি)

grey (as hair)

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ