পকা তেল
অৰ্থ
1.
উতলোবা বা তপত কৰা তেল
boiled or heated oil
2.
সৰিয়হ খুন্দি ভাজি শালত পেৰি উলিওবা তেল।
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ