পকা
pakā
অৰ্থ
1.
যিটো পকিছে।
বি.
2.
নিপুণ
skilful
বি.
3.
ইটা বা শিলেৰে সজা; পকী; যেনে-"পকা দেবাল
made of brick or stone
বি.
4.
জুইত বা ৰ'দত টান আৰু নীৰস বা ৰঙা হোবা
dry and hard
বি.
5.
গভীৰ (টোপনি); যেনে-"পকা ঘুমটি"
sound sleep
বি.
6.
লৰচৰ হ'ব নোবৰা; নিশ্চিত; যেনে-"পকা বন্দবস্ত"
fixed; unalterable
বি.
7.
সিজোবা বা পাক কৰা; যেনে-"পকা জলপান"
cooked
বি.
8.
গেলাই টেঙা কৰা (খৰিচা)
fermented
বি.
9.
কড়ি আদি খেলত উঠিব খোজা।
বি.
10.
মেৰা; মেৰ খুবা; পাক লগা
to twist; to wind
সক. ধা.
11.
ঘূৰি ফুৰ্; ইফালে সিফালে গতি কৰ্
to walk about at random
অক. ধা.
12.
পেটৰ নাড়ী পকাই বেদনা কৰ্
to have a twisting pain in the belly
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ