← ফুৰি যাওক

পকটীয়া

pakaṭīẏā

অৰ্থ

1.

মুখৰ ভিতৰত ঘূৰাই-পকাই চোবা

to chew turning round and round in the mouth

সক. ধা.

2.

ইফালে সিফালে ঘুৰি ফুৰ্

to go or turn round and round; to go hither and thither

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ