পক্
pak
অৰ্থ
1.
বয়সীয়া বা বুঢ়া হৈ কোমল ৰসযুক্ত বা আন বৰণীয়া হ; যেনে-"কঁঠাল, আম, ধান, মৌ, চুলি বা খহু পকিছে;"
to ripen; to become juicy or full of pus
অক. ধা.
2.
পূৰ্ণ বয়স পাই বা বুঢ়া হৈ বাহ বান্ধিবলৈ উপযুক্ত হ (মুগা পলু)
to ripen and be ready to form a cocoon
অক. ধা.
3.
পূৰ্ণ বা চৰম অবস্হা পা; যেনে-"ভকতি পকিছে"
to attain the highest stage in religious devotion
অক. ধা.
4.
ভালকৈ তপত হৈ বা উতলি ফেন মাৰ যা; যেনে-"তেল পকিছে"
to be properly heated and boiled
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ