পইৰা
pairā
অৰ্থ
1.
পৰ্ব্বতৰ গোৰালি বা মাটিত লাগি থকা ভাগ
the foot of a hill
বি.
2.
কোনো পাত্ৰৰ খুৰাৰ তলৰ বহল বা ডাঙৰ ভাগ
the foot of a vessel
বি.
3.
আলিৰ দাঁতিৰ হেলনীয়া চাপৰ ভাগ
the base or the lowest edge of a road
বি.
4.
নাঙলৰ তল ভাগ, য'ত ফাল লগোবা হয়
the base of the plough where the share is infixed
বি.
5.
মৈদাত লগোবা কাঠৰ খুৰা
the foot of a cutting curved knife
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ