← ফুৰি যাওক

ন্যায়-শাস্ত্ৰ

অৰ্থ

1.

বিচাৰ-শাস্ত্ৰ; তৰ্ক-শাস্ত্ৰ; . গৌতম মুনিয়ে কৰা দৰ্শন শাস্ত্ৰ

logic ; a particular system of Hindu philosophy

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ন্যায়-শাস্ত্ৰ · অসমীয়া অভিধান