নেজ
neja
অৰ্থ
1.
জন্ত্তৰ ৰাজ-হাড়ৰপৰা পাছ ফাললৈ গোটা দীঘল হৈ বাঢ়ি ওলমি পৰা অংশ, নেগুৰ; চৰাইৰ পোকৰৰ ফালৰপৰা দীঘল হৈ গজা পাখি
a tail
বি.
2.
নেজৰ নিচিনা জন্ত্তৰ অঙ্গ
anything like a tail
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ