← ফুৰি যাওক

নিস্তাৰ

nistāra

অৰ্থ

1.

আপদৰপৰা সৰোবা; ৰক্ষা; উদ্ধাৰ

deliverance from danger

বি.

2.

মুক্তি

salvation

বি.

3.

আপদৰপৰা ৰক্ষা কৰ্; তৰা

to save; to deliver

সক. ধা.

4.

নিস্তাৰ পা; বাজ হ; যেনে-"মোৰ তপোবলে সবে গৰ্ত্তৰ নিস্তৰা" (মা. ক., কিষ্কিন্ধাকাণ্ড)

to be saved; to come out

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিস্তাৰ · অসমীয়া অভিধান