নিসান
nisāna
অৰ্থ
1.
শব্দ; যেনে-"কানু সাজে, কানু সাজে, সিজাৰ নিসান বাজে ৰে" (বৰগীত)
বি.
2.
সঙ্কেত-বাদ্য; ঢোল; যেনে -"দশোদিশ ছানি সৰ্ব্বলোকে জানি দিলে নিসানত বা়ড়ি" (কীৰ্ত্তন)
a drum
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ