নিষেধ
niṣedha
অৰ্থ
1.
বাধা; মানা; বাৰণ; হাক
prohibition; prevention
বি.
2.
(পু. অ.) নাশ; যেনে-"ইন্দ্ৰজিত বীৰ বৈৰী সমৰে নিষেধ কৰি হৰিষক পাইলা লখমন" (মা. ক., লঙ্কাকাণ্ড)
বি.
3.
(পু. অ.) সক. ধা. নিষেধ কৰ্; মানা কৰ্।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ