নিবেশ
nibeśa
অৰ্থ
1.
স্হাপন; প্ৰতিষ্ঠা; যেনে-"চৌষষ্ঠি তম্ভুত তাক কৰিলা নিবেশ" (মা. ক., অযোধ্যাকাণ্ড)
establishment
বি.
2.
প্ৰবেশ কৰা; সোমোবা
the act of entering
বি.
3.
লগোবা; নিয়োগ (মন)
the act of engaging (mind)
বি.
4.
শিবিৰ; যেনে-সেনানিবেশ।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ