নিবেদন
nibedana
অৰ্থ
1.
সম্ভ্ৰমেৰে জনোবা কাৰ্য্য
the act of informing respectfully
বি.
2.
সম্ভ্ৰমেৰে জনোবা কথা
anything informed with respect
বি.
3.
সম্ভ্ৰমেৰে কৰা সম্বোধন
addressing with respect
বি.
4.
সম্ভ্ৰমেৰে কোনো বস্ত্ত অৰ্পণ কৰা কাৰ্য্য
the act of giving with respect
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ