নিবৰ্ত্তন
অৰ্থ
1.
উলটি অহা কাৰ্য্য; যেনে -"পৰমেশ্বৰ উপাসক সব তান স্বৰূপ মায়া নিবৰ্ত্তন নহে" (ক. গী.)
the act of returning
বি.
সমাৰ্থক শব্দ
2.
নিবাৰণ; নাইকিয়া হোবা; যেনে-"হোবে সংসাৰৰ যত ঊৰ্ম্মি নিবৰ্ত্তন" (ৰামায়ণ); বিণ. নিবৰ্ত্তমান, নিবৰ্তমান [সং.] ক্ষান্ত; আসক্তি এৰা; নিবৱত্ত; কৰিবলৈ এৰা; বিৰত
refraining from
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ