← ফুৰি যাওক

নিৰ্যাণ

niryāṇa

অৰ্থ

1.

ধ্বংস

destruction

বি.

2.

গমন; বৈকুণ্ঠ-প্ৰয়াণ; তিৰোভাব; যেনে-"কৱষ্ণৰ নিৰ্যাণ দেখিবাক অভিলাষে। বিমানে বেঢ়িয়া আসি ৰহিলা আকাশে" (কীৰ্ত্তন)

departure

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ