নিৰোধ
nirodha
অৰ্থ
1.
বাধা; প্ৰতিৰোধ; আটক কৰি ৰখা কাৰ্য্য; . সক. ধা. মানা কৰ্; যেনে-"তুলত যাইবাক মোক নিৰোধাহা কিক" (মা.; অযোধ্যাকাণ্ড)
check; restraint
বি.
2.
বন্ধ কৰ্; যেনে-"তনু পুলকিত কণ্ঠক নিৰোধি নেত্ৰৰ নীৰ ঝৰয়" (দশম)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ