নিপাত
nipāta
অৰ্থ
1.
নাশ; ধ্বংস; মৱত্যু
death; destruction
বি.
2.
আঘাত; প্ৰহাৰ; যেনে-"কিটাইল নাৰায়ণ মুষ্টিৰ নিপাতে" (ৰুক্মিণী-হৰণ)।
বি.
3.
ধ্বংস কৰ্ (পু.অ.)।
সক. ধা.
4.
পাত-নথকা; লঠা
leafless
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ