← ফুৰি যাওক

নিদান

nidāna

অৰ্থ

1.

মূল কাৰণ; আদি কাৰণ

the primary cause

2.

কাৰণ; যেনে-"বান্ধব উদ্ধব শুনা তাহাৰ নিদান" (দশম)

cause

3.

ৰোগবিলাকৰ লক্ষণ আৰু কাৰণ লিখা পুথি

the book on the causes and symptoms of disease

4.

বিপদ; বিপত্তি; কাতৰ-অবস্হা; যেনে-"আকালৰ ভাত, নাদানৰ মাত"

great distress; extreme helplessness caused by illness

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ