← ফুৰি যাওক

নিত্যপ্ৰলয়

অৰ্থ

1.

দৈনিক নিদ্ৰা

daily sleep

বি.

2.

জগতৰ দৈনিক পৰিবৰ্ত্তন; যেনে-"প্ৰথমতে কহো নিত্যপ্ৰলয় অবস্হা" (দ্বাদশ স্কন্ধ)

constant and daily changes

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ