← ফুৰি যাওক

নিটাল

niṭāla

অৰ্থ

1.

নিজম; নিৰল; একেবাৰে লৰচৰ নকৰাকৈ নিস্তব্ধ হৈ থকা অবস্হা

deep silence

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিটাল · অসমীয়া অভিধান