← ফুৰি যাওক

নিঙনি

niṅani

অৰ্থ

1.

"নিগনি" চোবাঁ; যেনে-"লঙ্কাখান পুৰিয়া কৰিলো ছাৰমসি। ঢোলৰ ভিতৰে যেন নিঙনিয়ে পশি" (মা. ক., সুন্দৰাকাণ্ড)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিঙনি · অসমীয়া অভিধান