← ফুৰি যাওক

নিগ্ৰহ

nigraha

অৰ্থ

1.

অনুগ্ৰহ বা দয়াৰ অভাব; কষ্টদান

disfavour

বি.

2.

দমন; শাসন; যেনে-"ইন্দ্ৰিয়-নিগ্ৰহ"

control; restraint

বি.

3.

দমন কৰ্; দণ্ড কৰ্

to punish; to restraint

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ