← ফুৰি যাওক

নিগম

nigama

অৰ্থ

1.

বেদ,

the Vedas

বি.

2.

নিবৱত্তি-শাস্ত্ৰ; যি শাস্ত্ৰই ভোগৰ বাট নেদেখুবাই মুক্তিৰ বাট দেখুবায়; আগমৰ বিপৰীত শাস্ত্ৰ

a śāstra which teaches how to discard temporal desires and attain emancipation

বি.

3.

নগৰআদি পৰিচালন-সঙ্ঘ

corporation

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ