← ফুৰি যাওক

নিকা-সংহতি

nikā-saṃhati

অৰ্থ

1.

কমলাবাৰী, বৰপেটা আদি সত্ৰৰ নিয়ম-কাৰণ-মতে চলা মহাপুৰুষীয়া সম্প্ৰদায়।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিকা-সংহতি · অসমীয়া অভিধান