← ফুৰি যাওক

নাৰেঙা

nāreṅā

অৰ্থ

1.

সুমথিৰা টেঙা।

বি.

2.

এবিধ বৰ বিষাল আৰু চকু নথকা ডাঙৰ খহু বা গাঁড়

a malignant and large boil having no central core; an abscess

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নাৰেঙা · অসমীয়া অভিধান