← ফুৰি যাওক

নাৰিকা

nārikā

অৰ্থ

1.

"নাড়িকা" চোবাঁ; যেনে-"পোন্ধৰ লঘুবে নাৰিকা এক। দণ্ডো তাক বোলে জানা প্ৰত্যেক" (মিশ্ৰ-গীতা)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নাৰিকা · অসমীয়া অভিধান