← ফুৰি যাওক

নাৰায়ণ

nārāẏaṇa

অৰ্থ

1.

বিষ্ণু; আদি-পুৰুষ

Viṣṇu, considered the Supreme Being existing before the creation of all worlds

বি.

2.

এপাট অস্ত্ৰৰ নাম; স্ত্ৰী. নাৰায়ণী লক্ষ্মী; বিষ্ণুৰ ভাৰ্য্যা

wife of Viṣṇu

বি.

3.

কোচবেহাৰৰ নৰনাৰায়ণ আৰু আন ৰজাৰ নামে হোবা মোহৰ

an ancient coin of Cooch-Behar

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ