← ফুৰি যাওক

নাম লগা

nāma, lagā

অৰ্থ

1.

নাম ভুক্ত কৰ্; কোনো এক শ্ৰেণীৰ মানুহেৰে সৈতে নাম লিখ্

to enter the name of a person in a register; enlist

2.

এজনে প্ৰথমতে নাম-কীৰ্ত্তন আৰম্ভ কৰি দি

to lead in singing; to commence to sing a hymn before others at a prayer meeting

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নাম লগা · অসমীয়া অভিধান