← ফুৰি যাওক

নান্দীমুখ শৰাধ

nāndīmukha, śarādha

অৰ্থ

1.

বিয়া আদি শুভ কাৰ্য্যৰ আৰম্ভতে, সেই কাৰ্য্য কৰোঁতাৰ পিতা, পিতামহ, প্ৰপিতামহ, মাতৱ, পিতামহী, প্ৰপিতামহী, মাতামহ, প্ৰমাতামহ আৰু বৱদ্ধ প্ৰমাতমহ, এই নজনৰ উদ্দেশ্যে কৰা শৰাধ; ন পুৰুষৰ শৰাধ

a śrāddha ceremony performed in memory of the manes preliminary to any festive occasion such as marriage

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নান্দীমুখ শৰাধ · অসমীয়া অভিধান