← ফুৰি যাওক

নাদৰ ভেকুলী

nādara, bhekulī

অৰ্থ

1.

চুক-ভেকুলী; নিজ ঘৰ বা গাঁবতে সোমাই থকা মানুহ; অজ্ঞ লোক

one without the least experience of the outside world

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নাদৰ ভেকুলী · অসমীয়া অভিধান