← ফুৰি যাওক

নাথ্

nāth

অৰ্থ

1.

হাট্; কেইবামেৰো দি বান্ধ্ (খুঁটা, চতি, মাৰলী আদি)

to tie together taking the rope round several times

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নাথ্ · অসমীয়া অভিধান