← ফুৰি যাওক

নাতি

nāti

অৰ্থ

1.

জী বা পোৰ পুতেক

a grandson

বি.

2.

অনতি-; বেছি নহয়; নাতিশীতোষ্ণ বিণ. যি ঠাইত বৰ জাৰো নাই, জহো নাই

temperate

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নাতি · অসমীয়া অভিধান