← ফুৰি যাওক

নাগফেণা

অৰ্থ

1.

সাপৰ ফঁণা (ফেঁট); সাপৰ ফেঁটৰ নিচিনা চেপেটা আৰু বহল ঘহল পাতেৰে এবিধ সিজু জাতিৰ কাঁইট লগা সৰু গছ

a variety of cactus; cactus Indicus

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ