← ফুৰি যাওক

নাগ

nāga

অৰ্থ

1.

সাপ

snake

বি.

2.

হাতী

an elephant

বি.

3.

কশ্যপৰ ভাৰ্য্যা ৰুদ্ৰুৰপৰা হোবা সাপৰ গাৰে আৰু মানুহৰ মুখেৰে পাতালত থকা এবিধ উপদেবতা

a demi-god dwelling in the lower world having a human face with the body of a serpent

বি.

4.

নাগ বা সাপৰ নিচিনা মূৰেৰে পুখুৰীৰ মাজত পোতা কাঠৰ খুঁটা।

বি.

5.

শৰীৰৰ বায়ু-বিশেষ; যেনে-"নাগ নামে বায়ুগোট আছে শৰীৰত। সমস্ত লোকক কাম হাঞ্চি কৰাবন্ত" (মিশ্ৰ-গীতা)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নাগ · অসমীয়া অভিধান