← ফুৰি যাওক

নাকী-শলি

nākī-śali

অৰ্থ

1.

তলৰ বাতি ব-ৰ মাজেদি সুমাই ওপৰৰ বাতি ব-ৰ মাজলৈ ব-সূতা অনা দুডাল শলিৰ সৰুডাল [তাৰ লগত থকা ডাঙৰ শলিজালক ব-শলি বোলে।]।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নাকী-শলি · অসমীয়া অভিধান