← ফুৰি যাওক

নাই-ঢোৰোকা

nāi-ḍhorokā

অৰ্থ

1.

নাইটো বাহিৰলৈ ওলমি থকা

with a projecting navel

বিণ.

2.

নাইৰ তলত অৰ্থাৎ নাইটো উলিয়াই পিন্ধা (চুৰিয়া)

worn below the navel

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ