← ফুৰি যাওক

নাই

nāi

অৰ্থ

1.

ওপৰ আৰু তল পেটৰ মাজ ভাগত থকা খোল বা গাঁত

the naval

বি.

2.

পোনেই ওপজা সন্তানৰ নাইৰপৰা ওলাই থকা নাড়ী

the umbilical cord

বি.

3.

শূন্য; নথকা

not existing; disappearing; destitute of

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ