নবৰত্ন
nabaratna
অৰ্থ
1.
মুক্তা, মাণিক্য, বৈদুৰ্ষ্য; গোমেদ, হীৰক, বিদ্ৰুম, পুষ্পৰাগ, মৰকত আৰু নীলকান্ত, এই নটা বহুমূলীয়া বস্ত্ত বা মণি
the nine gems
বি.
2.
বিক্ৰমাদিত্যৰ সভাত থকা নজন পণ্ডিত-কালিদাস, ধন্বন্তৰি, ক্ষপণক, অমৰসিংহ, শঙ্কু, বেতালভট্ট, বৰকচি, ঘটকৰ্পৰ আৰু বৰাহমিহিৰ
the famous nine men of letters at the court of King Vikramāditya
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ