← ফুৰি যাওক

নবধাতু

nabadhātu

অৰ্থ

1.

সোণ, মুক্তা, বালিচন্দা, তাম, ৰাং, তীখা, কাঁহ, কান্ত, লৌহ, টিন, এই নটা ধাতু

the nine principal metals

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নবধাতু · অসমীয়া অভিধান