← ফুৰি যাওক

নলী

nalī

অৰ্থ

1.

ধোঁবাখোবাৰ ধোঁবা টান নলাৰ চুঙা বা তেনে আন দীঘল ফোঁপোলা বস্ত্ত

a tube attached to the hookā for drawing in smoke; a pipe

বি.

2.

টেঁটু; নেলু

the wind-pipe; the throat

বি.

3.

নল থকা; যেনে-"দুনলী বা দুনলীয়া হিলৈ"

having a barrel, as a gun

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নলী · অসমীয়া অভিধান