← ফুৰি যাওক

নলা

nalā

অৰ্থ

1.

নলৰ নিচিনা গোটা দীঘল ফোঁপোলা বস্ত্ত; চুঙা

a tube; a pipe

2.

পদুমফুল বা পাতৰ দীঘল ঠাৰি

the stalk of the lotus

3.

পানী খাবলৈ কোনো পাত্ৰৰ গাত লগাই দিয়া নলী

a spout

4.

নৰ্দ্দমা

a drain

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ