নল
nala
অৰ্থ
1.
এবিধ ফোঁপোলা খাগৰি জাতিৰ তৱণ
a kind of reed : Phragmites rosiburgii, or Arundo karka
বি.
2.
নিষধ দেশৰ ৰজা; দময়ন্তীৰ স্বামী
a king of Niṣadha and husband of Damayantī
বি.
3.
এজন বানৰ বীৰ; বিশ্বকৰ্ম্মাৰ পুতেক
a monkey chief and a follower of Rāma
বি.
4.
আঠ হাতৰ পৰিমাণ; আঠ হাত দীঘল টাঁৰ
a measuring pole of 12 feet length
বি.
5.
"নলা" বা "নলী" চোবাঁ।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ