নৰা
narā
অৰ্থ
1.
দাই নিয়া ধানৰ মুঢ়া
the stubble of paddy
বি.
2.
উজনি অসমৰ ভৈয়ানত থকা এজাতি অতি প্ৰাচীন মানুহ
a race of people dwelling in the eastern Assam
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ